Opaja Sonar Mati (1972)

- Directed by
- Brajen Baruah
- Country
- India

The catalogue in 3D
The film shelves have a room of their own that you can walk around in. The cat behind the counter is the AI Catbot, and they pick real films from the same catalogue when you tell them what you feel like watching. Nothing is for sale, here or in there. Go in from here and this film is already out on the counter, with more like it waiting on the shelf next to it.
How it feels
This Assamese film from 1972 tells a story about a cooperative movement. It follows people trying to work together to improve their lives. The film is set in Lakhimpur and was directed by Brajen Baruah.
community-focusedearnestpacedgroundedregionalsinceredated
What happens
ওপজা সোণৰ মাটি (ইংৰাজী: Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষীমপুৰত। তেখেতে এই ছবিখনৰ দৃশ্যগ্ৰহন শেষ কৰিছিল, কিন্তু সম্পাদনাৰ কাম কৰিবলৈ নাপালে । ছবিখনৰ শ্বুটিং শেষ কৰি গোলাঘাটত মমতাৰ এটি চৰিত্ৰত অভিনয় শেষ কৰাৰ পাচতেই তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই। ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি। ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। (from Wikipedia, CC BY-SA)
More like this
Lalita (1972)
Ito Sito Bahuto (1963)
Bibhrat (1972)
Hridoyor Prayojan (1972)
Yeh Gulistan Hamara (1972)
Siraj (1948)
Bala Mitrula Katha (1972)
Nanda Gokula (1972)- More like this film, on a shelf you can walk up to.It's the lit case on the top shelf.