Jugantoror Tejal Puwa (2000)

- Country
- India

The catalogue in 3D
The film shelves have a room of their own that you can walk around in. The cat behind the counter is the AI Catbot, and they pick real films from the same catalogue when you tell them what you feel like watching. Nothing is for sale, here or in there. Go in from here and this film is already out on the counter, with more like it waiting on the shelf next to it.
How it feels
A film set in 2000 about extremist problems in Assam. It follows characters dealing with those conflicts.
sombergroundedemotionalslow-pacedpoliticalregionalserious
What happens
যুগান্তৰৰ তেজাল পুৱা (ইংৰাজী: Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই। সংগীত দেৱজিত চৌধুৰীৰ। ছবিৰ কাহিনীত তৎকালীন অসমৰ উগ্ৰপন্থী সমস্যাৰ সামান্য প্ৰভাৱ দেখা যায়। জনচ্ মহলীয়াই পূৰ্বে পৰিচালনা কৰা দূৰণীৰ ৰঙ আৰু বহাগৰ দুপৰীয়াই বক্স অফিচত সফলতা লাভ কৰাৰ বিপৰীতে 'যুগান্তৰৰ তেজাল পুৱা'ই বক্স অফিচত মুখ থেকেচা খায়। (from Wikipedia, CC BY-SA)
More like this
Ival Draupadi (2000)
Hiya Diya Niya (2000)
Red Indians (2000)
ఛలో అసెంబ్లీ (2000)
Nakshathragal Parayathirunnathu (2000)
Pilots (2000)
Kaal Sandhya (1997)
Krishna Leele (2000)- More like this film, on a shelf you can walk up to.It's the lit case on the top shelf.