Mahapurush (2014)

- Country
- India

The catalogue in 3D
The film shelves have a room of their own that you can walk around in. The cat behind the counter is the AI Catbot, and they pick real films from the same catalogue when you tell them what you feel like watching. Nothing is for sale, here or in there. Go in from here and this film is already out on the counter, with more like it waiting on the shelf next to it.
How it feels
This Assamese film tells the story of a spiritual figure named Anukul Thakur and his ideals. It focuses on the man's teachings and influence on his followers. The movie was made on film and waited about a decade for release.
contemplativespiritualslow-pacedearnesthumblereflectivedevotionalsimple
What happens
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে। চেলুলয়ডত নিৰ্মিত এইখন অন্তিম অসমীয়া চলচ্চিত্ৰ। এই বোলছবিখন প্ৰায় এক দশকধৰি মুক্তিৰ অপেক্ষাত থাকি ২০১৪ চনত মুক্তি লাভ কৰে। ছবিখনত অনুকুল ঠাকুৰৰ ভাব-আদৰ্শ দেখুওৱা হৈছে। ঝাৰখণ্ডৰ দেওঘৰত অনুকুল ঠাকুৰৰ পৰিনাতি বিনকিদাই ছবিখনৰ শুভাৰম্ভ কৰিছিল। (from Wikipedia, CC BY-SA)
More like this
Raag (2014)
Rodor Sithi (2014)
Eidee Kadaida (2014)
Venmegam (2014)
Adima Bichara (2014)
O Manishi Katha (2014)
Sringkhal (2014)
Hajj (2014)- More like this film, on a shelf you can walk up to.It's the lit case on the top shelf.