Dikchow Banat Palaax (2016)

- Country
- India
- Elsewhere
- IMDb

The catalogue in 3D
The film shelves have a room of their own that you can walk around in. The cat behind the counter is the AI Catbot, and they pick real films from the same catalogue when you tell them what you feel like watching. Nothing is for sale, here or in there. Go in from here and this film is already out on the counter, with more like it waiting on the shelf next to it.
How it feels
The film is an Assamese story about a man and a woman whose lives intersect in a rural forest landscape. It shows their interactions and the quiet changes in their surroundings.
reflectiveslow-pacednaturalisticpoignantobservationalintimategrounded
What happens
দিকচৌ বনত পলাশ (ইংৰাজী: Dikchow Banat Palaax) হৈছে ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে সঞ্জীৱ সভাপণ্ডিতে আৰু প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতে আৰু কেনভাস্ক'পৰ বেনাৰত সহঃ প্ৰযোজক উৎপল কুমাৰ দাসে। দিকচৌ বনত পলাশৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে সঞ্জীৱ সভাপণ্ডিতে। ছবিৰ সম্পাদনা সৌৰভ দত্তৰ, শব্দ যন্ত্ৰী দেৱজিৎ গায়ন তথা কলা নিৰ্দেশক অনুপ হাজৰিকা আৰু গৌতম দাস। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য আৰু নগা অভিনেত্ৰী লোনেলা আওৱে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে অনুৰাগ শইকীয়াই। (from Wikipedia, CC BY-SA)
More like this
Saat Nomboror Sandhanot (2016)
Gaane Ki Aane (2016)
Riyaj (2021)
Nagarpuram (2016)
Tora's Husband (2022)
Jolsobi (2021)
Mriganabhi (2017)
Jeerjimbe (2016)- More like this film, on a shelf you can walk up to.It's the lit case on the top shelf.