Life in a Puppet (2021)

- Country
- India

The catalogue in 3D
The film shelves have a room of their own that you can walk around in. The cat behind the counter is the AI Catbot, and they pick real films from the same catalogue when you tell them what you feel like watching. Nothing is for sale, here or in there. Go in from here and this film is already out on the counter, with more like it waiting on the shelf next to it.
How it feels
A film about traditional puppet performers in Assam. It follows the artists as they work to keep their art form alive and gain wider recognition.
earnestgroundedsocially-consciousmodestobjectivedeterminedculturally-focused
What happens
লাইফ ইন এ পাপেট (ইংৰাজী: Life in a Puppet) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু ৰাজেন দাসৰ দ্বাৰা পৰিচালিত এখন সামাজিক ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰত অসমৰ দহটা চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰে৷ ছবিখনৰ মূল উদ্দেশ্য হৈছে পুতলা নাচক বিশ্বজনীন কৰা আৰু ইয়াৰ লগত জড়িত শিল্পীসকলৰ সংগ্ৰামক চলচ্চিত্ৰৰ জৰিয়তে উপস্থাপন কৰা ৷ উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱা অসমৰ ছবিগৃহত প্ৰায় ১৮ মাহৰ পিছত মুক্তিলাভ কৰা এইখন হৈছে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰ পৰ্যন্ত ছবিখন বিশ্বজুৰি ২০খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ৷ ইয়াৰ লগতে প্ৰায় ৩০টা ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ৷ (from Wikipedia, CC BY-SA)
More like this
Riyaj (2021)
Goru (2021)
Tholu Bommalata
Maassab (2021)
Indrajal (2021)
Divaswapna (2021)
The Scene (2021)
Ardha Satya (2021)- More like this film, on a shelf you can walk up to.It's the lit case on the top shelf.